পলাশৰ ৰঙেৰে ৰঙীন বসন্ত, দৌল উৎসৱত মুখৰিত অসম

প্ৰকৃতিৰ বুকুলৈ পুনৰ উভতি আহিছে ঋতুৰাজ বসন্তৰ আগজাননী। শীতৰ কঠোৰতা লাহে লাহে বিদায় লৈ ফাগুনৰ মৃদু পচোৱা বতাহে চৌদিশে এক মাদকতা ছটিয়াই দিছে। এই ঋতু পৰিবর্তনৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা পোৱা গৈছে এক মনোমোহা দৃশ্য—ডাল

Guwahati Biotech Parkত কামৰূপৰ বৈজ্ঞানিক মৎস্য অভিযান আৰম্ভ

গুৱাহাটী বায়'টেক পাৰ্কত শুক্ৰবাৰে মৎস্য খণ্ডক লৈ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ জিলা প্ৰশাসন আৰু মীন বিভাগে ৰাজ্যৰ ভিতৰত সৰ্বাধিক মৎস্য উৎপাদনৰ লক্ষ্যৰে এক নতুন অভিযান আৰম্ভ কৰিছে। ঐতিহাসিক পুখুৰী আৰু অব্যৱহৃত

দীঘল আৰু স্বাস্থ্যবান চুলিৰ বাবে প্ৰটিন সমৃদ্ধ খাদ্যৰ গুৰুত্ব

দীঘল আৰু স্বাস্থ্যবান চুলিৰ আকাংক্ষা প্ৰায় সকলোৰে থাকে। চুলিৰ বৃদ্ধিৰ বাবে আমি নানা ধৰণৰ তেল, মাস্ক বা প্ৰাকৃতিক চেম্পু ব্যৱহাৰ কৰোঁ। কিন্তু বাহ্যিক যত্নৰ লগতে ভিতৰৰ পৰা সঠিক পুষ্টি যোগান ধৰা অত্যন্ত জৰুৰী। বিশেষকৈ প্ৰটিন সমৃদ্ধ

আলি আঃয়ে লৃগাং: মিচিং সমাজৰ ঐতিহ্য আৰু কৃষিজীৱনৰ উৎসৱ

অসমৰ অন্যতম প্ৰধান জনজাতীয় জনগোষ্ঠী মিচিংসকলে আজি উদযাপন কৰিছে তেওঁলোকৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। এই উৎসৱ মিচিং সমাজৰ জীৱন-জীৱিকাৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয় আৰু

দীপজ্যোতি সন্দিকৈৰ ‘Khamosh Dishayein… The Tranquil Horizon’ৰ পোষ্টাৰ-টিজাৰ আনুষ্ঠানিকভাৱে মুকলি

বিশিষ্ট পৰিচালক দীপজ্যোতি সন্দিকৈৰ নতুন ছুটি ছবি ‘Khamosh Dishayein… The Tranquil Horizon’ৰ পোষ্টাৰ, টিজাৰ আৰু প্ৰ’ম’চনেল ভিডিঅ’ৰ ১১ জানুৱাৰী দেওবাৰে গুৱাহাটীৰ ছয়মাইলস্থিত পিপল ট্ৰী ইনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ছ’চিয়েল মিডিয়াৰ

”NASAৰ স্বীকৃতিৰে IASC কাৰ্যসূচীত দুটা নতুন গ্ৰহাণু আৱিষ্কাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে ৰঙিয়াৰ…

ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদে লাভ কৰিছে এক ব্যতিক্ৰমী সাফল্য। International Astronomical Search Collaboration-ৰ অধীনত চলোৱা গ্ৰহাণু অনুসন্ধান কাৰ্যসূচীত অংশ লৈ আৰিয়ানে

নিম ছালৰ বাবে অতি উপকাৰী!

আয়ুৰ্বেদত নিমক এক শক্তিশালী ঔষধি উদ্ভিদ হিচাপে বৰ্ণনা কৰা হৈছে। নিমত থকা বহুমুখী ঔষধি গুণে কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতেই নহয়, ছালৰ যত্নৰ বাবেও ইয়াক বিশেষ উপকাৰী কৰি তোলে। নিমৰ এণ্টিবেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-ফাংগেল

“গেছৰ সমস্যা কমাবলৈ সহজতে কৰা ঘৰুৱা উপায়”

প্ৰতিদিনেই বহু লোকে গেছৰ সমস্যাত ভুগিব লাগে। যদিও ইয়াক সাধাৰণ যেন লাগে, ই দৈনন্দিন জীৱনশৈলীত একেবাৰে অসুবিধা জন্মায়। এই সমস্যা ভাগক কমাবলৈ খাদ্যাভ্যাস সলনি কৰাৰ লগতে, ৰুটিনৰ লগত জীবনৰ অভ্যাসতো উন্নত কৰা অত্যাবশ্যক। ইয়াৰ বাহিৰেও ঘৰত

“চিয়া ছীডছ স্বাস্থ্যকৰ, কিন্তু ভুল ব্যৱহাৰে কৰিব উপকাৰৰ সলনি ক্ষতি”

স্বাস্থ্য সচেতন লোকৰ মাজত চিয়া ছীডছৰ জনপ্রিয়তা দিনে দিনে বৃদ্ধি পাইছে। ওমেগা–৩ ফেটি এচিড, প্ৰটিন, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে পৰিপূর্ণ এই স্মুদি, দৈ, অটছ বা চালাডত সহজেই মিহলি কৰিব পৰা যায়। কিন্তু পুষ্টিবিদৰ মতে চিয়া ছীডছ খোৱা যেন তেনে

তিৰুপতি লাৰুত ভেজাল ঘিউ কেলেঙ্কাৰী: কোটি কোটি ভক্তৰ ধৰ্মীয় আৱেগত আঘাত

হিন্দু ধর্মীয় লোকসকলৰ পবিত্ৰ তীৰ্থস্থান তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা লাৰুত ভেজাল ঘিউ পোৱা ঘটনাই সমগ্ৰ হিন্দু সমাজৰ ধৰ্মীয় লোকসকলৰ আৱেগত গভীৰ আঘাত হানিছিল। পৱিত্ৰ প্ৰসাদৰ বিশুদ্ধতা লৈ বহু ভক্তই সন্দেহ উত্থাপন কৰে। যোৱা