ৰঙিয়া আৰক্ষীৰ জালত পত্নী হত্যাকাৰী ৰাহুল কুমাৰ সিং
চলিত মাহৰ ৩ তাৰিখে ৰঙিয়াত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ ৰঙিয়া কেন্দুপুনা ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত আছিল এই জন ৰাহুল কুমাৰ সিং ৷
৩ জুলাই তাৰিখে বহিঃ ৰাজ্যৰ ৰাহুল কুমাৰ সিঙে নিজৰ ভাড়া ঘৰতে নিজ পত্নীক নৃশংস ভাৱে!-->!-->!-->!-->!-->…