প্ৰধানমন্ত্ৰী মোদী লৈ ট্ৰিনিডাড এণ্ড টবাগ’ৰ সৰ্বোচ্চ অসামৰিক সন্মান
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ বিশ্ব দৰবাৰত ভাৰতৰ গৰিমা বৃদ্ধি কৰিলে। প্ৰধানমন্ত্ৰী গৰাকীক ট্ৰিনিডাড আৰু টবাগ'ৰ সৰ্বোচ্চ অসামৰিক সন্মান "The Order of the Republic of Trinidad and Tobago" প্ৰদান কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি!-->…