কিংবদন্তি চিকিৎসক কেনেথ ভি ডডছনৰ মৃত্যু
যোৰহাটৰ মিছন হাস্পতালৰ ইতিহাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক উজ্জ্বল নাম—ডাঃ কেনেথ ভি ডডছন। চিকিৎসা কেৱল তেওঁৰ পেছা নাছিল, সেয়া আছিল মানৱ সেৱাৰ এক আজীৱন ব্ৰত। ২৪ বছৰৰো অধিক সময় ধৰি যোৰহাটত হাজাৰ হাজাৰ ৰোগীক নতুন জীৱন দান কৰা এই কিংবদন্তি!-->!-->!-->…