Browsing Tag

#telengana #factoryblast #newsupfates

তেলেংগানাৰ কাৰখানাত প্ৰকাণ্ড বিস্ফোৰণ

তেলেংগানাৰ পাশামাইলাৰাম স্থিত চিগাচি ইণ্ডাষ্ট্ৰিজৰ ফাৰ্মাচুটিকেল ইউনিটত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই কপাই তুলিছে দেশক । বিস্ফোৰণত নিহতৰ সংখ্যা বৰ্তমানৰলৈকে ৩৫ লৈ বৃদ্ধি পাইছে। বহু কৰ্মচাৰী এতিয়াও ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ থকাৰ আশংকা আছে । সেয়ে