Browsing Tag

sports

অপাৰেচন সিন্দুৰৰ মাজতেই মেচত অৱতীৰ্ণ হ’ব ভাৰত-পাকিস্তান

মঙলবাৰে মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপৰ বাবে ভাৰতীয় পুৰুষ দলৰ বাচনি প্ৰক্ৰিয়া । এই বাছনি বৈঠকৰ পিছতেই অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু জ্যেষ্ঠ পুৰুষ বাছনি

এছিয়া কাপ ক্রিকেট টুৰ্নামেণ্টৰ বাবে ভাৰতীয় দল ঘোষণা

১৫জনীয়া ভাৰতীয় দলটোৱে অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ’বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সাজু হৈছে। অধিনায়ক সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য

EDGBASTON ত শুভমন গীলৰ জয়জয়কাৰ

ভাৰতীয় টীমৰ উদীয়মান তাৰকা খেলুৱৈ শুভমন গীলে দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত এক অভুতপূৰ্ব শতৰান অৰ্জন কৰি ভাৰতক এক দৃঢ় স্থিতিত উপনীত কৰিছে। এডজবাস্টনত অনুষ্ঠিত এই দ্বিতীয় টেষ্টখনত, ইংলেণ্ডৰ বিৰুদ্ধে শুভমনে ১৬১ ৰান কৰি ভাৰতীয় বেটিং লাইন আপত এক

IPL 2025ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া

চৌদি আৰৱৰ জেদ্দাহত নৱেম্বৰ ২৪ আৰু ২৫ তাৰিখে ২০২৫ চনৰ আই পি এলৰ নিলাম অনুষ্ঠিত হ'ব । দ্বিতীয় বাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আই পি এলৰ নিলাম অনুস্থান । ইয়াৰ পূৰ্বে ২০২৪ চনত ডুবাইত অনুষ্ঠিত হৈছিল আই পি এলৰ নিলাম । অৱশ্যে

আজি কিং কোহলীৰ জন্মদিন

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি । ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট

“টি ২০ ক্ৰিকেট আৰু ভাৰত” ।

২০০৩ চনত ইংলেণ্ডত ইংৰাজসকলে অনুষ্ঠিত কৰা County মেচৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছিলT-20 বিশ্বকাপৰ। ২০০৫ চনত ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে T-20 ক্ৰিকেটক স্বীকৃতি প্ৰদান কৰে। এই স্বীকৃতিৰ দ্বাৰা আন্তৰ্জাতিক পৰ্যায়ত ভুমুকি মাৰে টি-২০

বিশ্ব টি২০ ক্ৰিকেট আৰু ইয়াৰ ইতিহাস ।

২০০৭ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখটো ক্ৰিকেট জগতৰ এক গুৰুত্বপূৰ্ণ দিন । এই দিনটোতেইআইচিচিৰ বিশ্ব টি-২০ৰ জন্ম হৈছিল । বিশ্ব ক্ৰিকেটৰ এক নতুন যুগৰ আৰম্ভণি হৈছিল এই‌ দিনটোৰ পৰাই । টি-২০ৰ পূৰ্বে ক্ৰিকেট প্ৰধানকৈ টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ বাবে

আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস ।

"ক্ৰীড়াই এখন সমন্বয়মুখী আৰু সুস্থ সমাজ গঢ় দিয়ে ।" আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস । অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী খেলুৱৈ, দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে উদযাপন কৰা হয় এই বিশেষ দিনটো । ক্ৰীড়াৰ ক্ষেত্ৰত অসম তথা ভাৰতলৈ

পেৰা অলিম্পিকত ভাৰত! চমক সৃষ্টি কৰিছে ভাৰতীয় খেলুৱৈয়ে

২৮ আগষ্টৰ পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক। এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ ৮৪জনীয়া এথলীটৰ দলে অংশগ্রহণ কৰিছে। পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পাছত প্ৰেমৰ চহৰ পেৰিছত চলি আছে পেৰা অলিম্পিক। ২২ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায় ৪,৪০০