Browsing Tag

SHUBHANGSHU SHUKLA

মহাকাশচাৰী শুভাংশু শুক্লাই ভংগ কৰিলে ৰাকেশ শৰ্মাৰ অভিলেখ

২৫ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । Axiom4 শীৰ্ষক মহাকাশ অভিযানৰ অংশ হিচাপে ১৪ দিনৰ বাবে মহাকাশলৈ যোৱা শুভাংশু শুক্লাই বৰ্তমান মহাকাশত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আছে । তাৰ মাজতেই

মহাকাশত শুভাংশু শুক্লাৰ ১১ দিন

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ২৫ জুন ২০২৫ তাৰিখে SpaceX ৰ জৰিয়তে International Space Station লৈ সফলভাৱে উৰা মাৰে। তেওঁ হৈছে প্ৰথমজন ভাৰতীয় নাগৰিক, যিয়ে ব্যৱসায়িক মহাকাশ উৰণ অভিযানত অংশগ্ৰহণ কৰি ISSত বৈজ্ঞানিক গৱেষণা