চিৰ নিদ্ৰাত অভিনেত্ৰী শ্বেফালী জাৰিৱালা
৯০দশকৰ এটি অতি চৰ্চিত তথা জনপ্ৰিয় গীত কাঁটা লগা…. এই গীতটিৰ জৰিয়তে দৰ্শকৰ মাজত চিনাকি হৈ পৰিছিল গীতটিৰ অভিনেত্ৰী গৰাকী । নাম নাজানিলেও সকলোৰে আগত তেওঁ পৰিচয় লাভ কৰিছিল কাঁটা লগা গাৰ্ল হিচাপে । এই গীতটিত লাভ কৰা অভূতপূৰ্ব জনপ্ৰিয়তাৰ!-->…