১২৮ বছৰৰ পিছত অলিম্পিকত অন্তর্ভুক্ত ক্ৰিকেট
অলিম্পিকত ক্ৰিকেট খেল চাবলৈ পোৱা সপোনতটি এতিয়া পুৰণ হ'ব ৷ কিয়নো ১২৮ বছৰৰ পিছত অলিম্পিক গেমচ ২০২৮ ত পুনৰ অন্তর্ভুক্ত কৰা হৈছে ক্ৰিকেট খেল। ১৯০০ চনত প্ৰথমবাৰৰ বাবে ক্ৰিকেটক পেৰিচ অলিম্পিকত অন্তর্ভূত্ত কৰা হৈছিল ৷ য'ত গ্রেট ব্ৰিটেইনে!-->…