Browsing Tag

#newsupdates

প্রথমগৰাকী মহিলা নৌ-সেনা ফাইটাৰ পাইলটৰ নিযুক্তি

ভাৰতক গৌৰাম্বিত কৰা এক বাতৰি ৷ ভাৰতৰ সুৰক্ষা বাহিনীত সংযোজিত হৈছে এক নতুন অধ্যায় ৷ হয়, আপোনালোকক জনাই দিও যে ভাৰত নৌ সেনা বাহিনীত নিযুক্তি দিয়া হৈছে এগৰাকী মহিলাক ৷ নাম আস্থা পুনিয়া ৷ আস্থা পুনিয়াই নৌ সেনাৰ প্রথম গৰাকী ফাইটাৰ

চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান

লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত পুনৰ চলিছে চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান। ভুৰাগাঁৱত চলিছিল চোৰাং চিকাৰীৰ বিৰূদ্ধে এই অভিযান। লাহৰীঘাট সম জিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱাৰ নেতৃত্বত এইবাৰ অভিযান চলিছিল ভূৰাগাঁও আৰক্ষী