Browsing Tag

NEPALSOCIALMEDIABAN

”নেপাল চৰকাৰৰ নাটকীয় সিদ্ধান্ত: ফেচবুক-ইউটিউবসহ ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ”

Anchor Intro / V/O :নেপালত এক নাটকীয় সিদ্ধান্ত। কে.পি. শৰ্মা অলীৰ নেতৃত্বাধীন চৰকাৰে বৃহস্পতিবাৰে (৪ ছেপ্টেম্বৰ, ২০২৫) ফেচবুক, এক্স (পূৰ্বৰ টুইটাৰ), ইনষ্টাগ্ৰাম, ইউটিউবক ধৰি মুঠ ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।