Browsing Tag

majuli

পলাশৰ ৰঙেৰে ৰঙীন বসন্ত, দৌল উৎসৱত মুখৰিত অসম

প্ৰকৃতিৰ বুকুলৈ পুনৰ উভতি আহিছে ঋতুৰাজ বসন্তৰ আগজাননী। শীতৰ কঠোৰতা লাহে লাহে বিদায় লৈ ফাগুনৰ মৃদু পচোৱা বতাহে চৌদিশে এক মাদকতা ছটিয়াই দিছে। এই ঋতু পৰিবর্তনৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা পোৱা গৈছে এক মনোমোহা দৃশ্য—ডাল

মাজুলীত উপস্থিত গৌৰৱ গগৈ

মাজুলীত উপস্থিত গৌৰৱ গগৈ l নিমাতী ঘাটৰ পৰা যাত্ৰীবাহী ফেৰীৰে কমলাবাৰী ঘাটত উপস্থিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী l গৌৰৱ গগৈক আদৰিবলৈ কমলাবাৰী পাৰঘাটত কংগ্ৰেছীৰ ভিৰ l কমলাবাৰী পাৰঘাটত পৰা গড়মূৰ ৰাজীৱ ভৱনলৈ ৰাওনা গৌৰৱ গগৈ l