Browsing Tag

INTERNATIONAL YOGA DAY

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিষয়বস্তুঃ এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ

যোগৰ জৰিয়তে মানসিক শান্তি, জীৱনৰ গুণগত মান, আৰু সুস্থ জীৱন ধাৰণ কৰাৰ প্ৰেৰণা লাভ কৰিব পাৰি । যোগ হৈছে এক প্ৰাচীন ভাৰতীয় সাধন-পদ্ধতি, যাৰ মূল উদ্দেশ্য হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত একতা তথা সামঞ্জস্য স্থাপন কৰা। "যোগ" শব্দটো সংস্কৃত যুজ