প্রথমগৰাকী মহিলা নৌ-সেনা ফাইটাৰ পাইলটৰ নিযুক্তি
ভাৰতক গৌৰাম্বিত কৰা এক বাতৰি ৷ ভাৰতৰ সুৰক্ষা বাহিনীত সংযোজিত হৈছে এক নতুন অধ্যায় ৷ হয়, আপোনালোকক জনাই দিও যে ভাৰত নৌ সেনা বাহিনীত নিযুক্তি দিয়া হৈছে এগৰাকী মহিলাক ৷ নাম আস্থা পুনিয়া ৷
আস্থা পুনিয়াই নৌ সেনাৰ প্রথম গৰাকী ফাইটাৰ!-->!-->!-->!-->!-->…