Browsing Tag

indianarmy

অপাৰেচন মহাদেৱত বৃহৎ সফলতা,পাহেলগাঁও হত্যাকাণ্ডৰ মূল চক্ৰান্তকাৰী নিহত

স্থান: শ্ৰীনগৰ, ২৮ জুলাই, ২০২৫ ভাৰতীয় সেনা, CRPF আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত আজি “অপাৰেচন মহাদেৱ” সফলভাৱে সম্পন্ন হৈছে। এই অভিযানত তিনিজন লস্কৰ-ই-তইবা সংগঠনৰ কুখ্যাত সন্ত্রাসবাদী নিহত হৈছে। নিহত হোৱা সন্ত্রাসবাদীসকলৰ ভিতৰত

ৰাষ্ট্ৰীয় নায়ক তথা অধিনায়ক বিক্ৰম বাত্ৰাৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি ।

৯ ছেপ্টেম্বৰত ভাৰতে কাৰ্গিল যুদ্ধৰ নায়ক তথা সাহস আৰু ত্যাগৰ প্ৰতীক কেপ্তেইন বিক্ৰম বাত্ৰাক স্মৰণ কৰি তেওঁৰ জন্মদিন উদযাপন কৰে। ১৯৭৪ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশৰ পালামপুৰত জন্মগ্ৰহণ কৰিছিল বিক্ৰম বাত্ৰাই ।ভাৰতীয় সেনাৰ প্ৰতি আকৰ্ষণ থকা