Browsing Tag

India

ট্ৰিনিডাড এণ্ড টবাগ’ত ভাৰতীয় সংস্কৃতিৰ আভাষত মন্ত্ৰমুগ্ধ নৰেন্দ্ৰ মোদী

ঘানা ভ্ৰমণ সামৰি দুদিনীয়া কাৰ্যসূচীৰে কেৰিবিয়ান দেশ ট্ৰিনিডাড এণ্ড টবাগ'ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প'ৰ্ট অফ স্পেইনৰ পিয়াৰ্ক' আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্পূৰ্ণ

মহাকাশত শুভাংশু শুক্লাৰ ১১ দিন

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ২৫ জুন ২০২৫ তাৰিখে SpaceX ৰ জৰিয়তে International Space Station লৈ সফলভাৱে উৰা মাৰে। তেওঁ হৈছে প্ৰথমজন ভাৰতীয় নাগৰিক, যিয়ে ব্যৱসায়িক মহাকাশ উৰণ অভিযানত অংশগ্ৰহণ কৰি ISSত বৈজ্ঞানিক গৱেষণা

এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী- ক্ৰিকেট জগতত বন্ধুত্ব আৰু প্ৰতিদ্বন্দ্বিতাৰ এক নতুন পৰিচায়ক

আন্তৰ্জাতিক ক্ৰিকেটত ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা শ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বিতাসমূহত আজিৰে পৰা এক নতুন অধ্যায় সংযুক্ত হৈছে । কিয়নো আজিৰে পৰা আৰম্ভ হৈছে এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী। এই ট্রফীৰ নাম দিয়া হৈছে ভাৰতৰ ক্ৰিকেটৰ আইকন শচীন তেণ্ডুলকাৰ আৰু

যুদ্ধ বিৰতি উলংঘা কৰি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পুনৰ ভাৰত আক্ৰমণৰ চেষ্টা

শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ কথা উল্লেখ কৰি xত পোষ্ট শ্বেয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ । আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশেই বুদ্ধিমত্তাৰে সৈতে যুদ্ধ বিৰতিৰ বাবে সন্মতি জনোৱাৰ কথাও প্ৰকাশ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি

ভাৰতৰে বিদেশলৈ বাংলাদেশী সামগ্ৰী ৰপ্তানিত বাধা, বিপদত বাংলাদেশ

যি সময়ত বাংলাদেশৰ ওপৰত ট্রাম্প প্রশাসনে ৩৭ শতাংশ শুল্ক আৰোপ কৰি দেশখনৰ অৰ্থনীতি কোঙা কৰি পেলাইছে, সেই সময়তে ভাৰতৰ কঠোৰ সিদ্ধান্তই আৰু অধিক কোঙা কৰি পেলাইছে বাংলাদেশক।বাংলাদেশৰ অন্তৰ্ৱতীকালিন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণত

মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা

চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?

এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা খালিস্তানী প্ৰতিবাদকাৰীৰ

৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ আনুষ্ঠানিক বিদেশ ভ্ৰমণত ব্যস্ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰী শক্তিশালী কৰাৰ উদ্দেশ্যে বৰ্তমান ব্ৰিটেইনত উপস্থিত আছে মন্ত্ৰীগৰাকী । এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য,

এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত জয়ী ভাৰতীয় দল

বুধবাৰে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল মেচত ভাৰতে ১-০ গ'লত পৰাস্ত কৰে প্ৰতিদ্বন্দী চীনক । বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনত ভাৰতীয় খেলুৱৈ দীপিকাই এটা গ'ল দি ভাৰতক

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

আজি ১৬ নৱেম্বৰ, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰৰ দৰে এইবাৰো সমগ্ৰ ৰাষ্ট্ৰই আজি পালন কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদ মাধ্যমসমূহ এটি মুক্ত আৰু দায়িত্বশীল অনুষ্ঠান বুলি স্মৰণ কৰিবলৈ এই দিৱস পালন কৰা হয় । আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ

বক্স অফিচত Bhool Bhulaiya 3ৰ সাফল্য

ভূল ভুলাইয়া ৩ হৈছে চলিত বৰ্ষত নিৰ্মিত আনীছ বাজমীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখনি কমেডী হৰৰ ছবি । আকাশ কৌশিকৰ দ্বাৰা ৰচিত আৰু টি-ছিৰিজ ফিল্মছ আৰু চিনে১ ষ্টুডিঅ'ৰ প্ৰযোজনাত নিৰ্মিত হৈছে এই ছবিখন। ভূল ভুলইয়া (২০০৭) আৰু ভূল ভুলাইয়া ২