Browsing Tag

health

ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?

ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু খাদ্য ত্যাগ কৰিব লাগিব। বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয়। সাধাৰণতে অতিৰিক্ত

শৰীৰৰ ওজন বাঢ়িছে নেকি আপোনাৰ?

ঘৰুৱা উপায়েৰে নিয়ন্ত্ৰণ হ'ব আপোনাৰ ওজন। এটা মাত্ৰ নেমুৱে হ্ৰাস কৰিব পাৰে আপোনাৰ ওজন। অগণন গুণৰ অধিকাৰী হৈছে এই নেমু। শৰীৰৰ বাবে নেমু হৈছে আটাইতকৈ উপকাৰী ফল। নেমুত ভিটামিন এ, ভিটামিন বি আৰু ভিটামিন চি- এই তিনিবিধ ভিটামিনযুক্ত খাদ্যগুণ

আজি বিশ্ব স্বাস্থ্য দিৱস

কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতাই হৈছে স্বাস্থ্য। স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা । জাতি, ধৰ্ম, ৰাজনৈতিক বিশ্বাস,

চকলেটৰ গুণাগুণ

চকলেটৰ গুণাগুণ যথেষ্ট ভাল। ই বহুতো বেমাৰৰ ক্ষেত্ৰত স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষকৈ ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেণ্টে শৰীৰৰ স্বাস্থ্য উন্নত কৰে। ইয়াৰ কিছুমান গুণাৱলী তলত দিয়া হৈছে: হৃদযন্ত্ৰৰ স্বাস্থ্য: ডাৰ্ক চকলেটত থকা ফ্লাভনইডস

আজি বিশ্ব কৰ্কট ৰোগ দিৱস

বিশ্ব কৰ্কট দিৱস (World Cancer Day) প্ৰতিবছৰে ৪ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। এই দিৱসটোৰ উদ্দেশ্য হৈছে কৰ্কট ৰোগৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা, আৰু সেই ৰোগৰ পৰা বাচিবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰৰ ওপৰত আলোকপাত কৰা। ১৯৩৩ চনত বিশ্ব স্বাস্থ্য

মধুমেহৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

কিছুমান বনৌষধি আৰু পৰিপূৰক আছে যিয়ে স্বাস্থ্যকৰ তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে, তথাপিও ইয়াক চিকিৎসাৰ পৰামৰ্শ, সুষম খাদ্য আৰু নিয়মীয়া ব্যায়াম অন্তৰ্ভুক্ত কৰা এক বিস্তৃত পৰিকল্পনাৰ অংশ হিচাপে ব্যৱহাৰ কৰিব লাগে। কোনো

আজি বিশ্ব এইডছ দিৱস

প্ৰতি বছৰে ডিচেম্বৰৰ ১ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় । বিশ্ব এইডছ দিৱসে এইচ আই ভি/এইডছৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখনৰ কথা সোৱৰায় আৰু এই ৰোগত প্ৰাণ হেৰুওৱা লোকসকলক সন্মান জনায়। ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছিল

আমলখিৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতা

আমলখি এবিধ অতি পুষ্টিকৰ ফল । ই স্বাস্থ্যৰ বাবে খুবেই উপকাৰী । আমলখিৰ কিছুমান মূল উপকাৰিতাৰ বিষয়ে জানো আহক: আমলখি ভিটামিন চিৰ এক উৎকৃষ্ট উৎস, যিয়ে ৰোগ প্ৰতিৰোধ কৰাত বিশেষভাৱে সহায় কৰে, ছালৰ যত্ন লয় । শৰীৰক সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে

জানো আহক ইলাচীৰ গুণাগুণৰ কথা

ইলাচীত প্রটিন কার্বহাইড্রেট, কলেষ্টেৰেল, কেলৰি, ফেটচ, ফাইবাৰ, ছডিয়াম, পটাছিয়াম, ক'পাৰ, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, জিংক, ভিটামিন এ, ভিটামিন ডি আদি থাকে। ইলাচীয়ে যিকোনো খাদ্য সুস্বাদু কৰি তোলে। অকল খাদ্য সুস্বাদু কৰাই নহয়, ইলাচীত

সেউজীয়া শাক-পাচলিৰ উপকাৰিতা

আমি কিয় সেউজীয়া পাচলি খাব লাগে? কোনকেইবিধ পাচলি আমাৰ শৰীৰৰ বাবে অতি বেছি প্ৰয়োজন? আজিৰ দ্রুত গতিৰ জীৱনশৈলীত সুস্থ থকাৰ বাবে সেউজীয়া পাচলিৰ গুৰুত্ব অপৰিসীম। এই বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে জনাইছে যে এই পাচলিসমূহ আমাৰ স্বাস্থ্যৰ বাবে