Browsing Tag

guwahati

ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীৰে শিল্পী সমাজৰ অভিনৱ প্ৰতিবাদ

নাট্যপ্ৰেমীৰ আৱেগ ৰবীন্দ্ৰ ভৱন । ৰবীন্দ্ৰ ভৱনৰ লগত জড়িত আছে সমগ্ৰ অসমৰ নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মীৰ আবেগ । গুৱাহাটীৰ বাহিৰৰ অন্য জিলা বা অঞ্চলৰ পৰা ৰবীন্দ্ৰ ভৱনলৈ এখন নাটক কৰিবলৈ অহাৰ আনন্দ-উৎসাহ উদ্দীপনাই সুকীয়া ৷ অসমৰ সাংস্কৃতিক ইতিহাসৰ

ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা, বাক স্বাধীনতা হেৰুৱাব নেকি সাংবাদিকে?

সুৰক্ষিত নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । সাংবাদিকক আক্ৰমণ কৰাটো আজি কালি তেনেই সামান্য কথা হৈ পৰিছে । সময়ে সময়ে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত সাংবাদিক আক্ৰমণৰ বাতৰি পৰিবেশন কৰি আহিছো । কিন্তু এইবাৰ প্ৰশ্ন সুধি বিপদত পৰিল ৰাজ্যৰ এগৰাকী

অভিশপ্ত ৩০ অক্টোবৰৰ ১৬ বছৰ

২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই সম্পূৰ্ণ কৰিলে প্ৰায় দুটা দশক। শিশুকে ধৰি ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপত হৈছিল ৪৭০ জন লোক। এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও কন্দুৱাই ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী

নিজ কন্যাৰ হাতত প্ৰাণ হেৰুৱালে জন্মদাত্ৰী মাতৃয়ে ।

ৰাজ্যত বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ডকাইতিকে ধৰি বিভিন্ন অপৰাধ প্ৰতিদিনে ঘটিয়েই থাকে। স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো ক’ৰবাত যদি হত্যা, লুণ্ঠন, ধৰ্ষণ ক’ৰবাত চুৰি, ডকাইতি, প্ৰৱঞ্চনা, ধনদাবী, অপহৰণ ইত্যাদি ঘটনা প্ৰায়ে