প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অ’ফিচাৰ অৱ দ্য অ’ৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱতি নিশা ঘানাৰ ৰাজধানী আক্রাত উপস্থিত হয়। তেওঁক ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাৰ দ্বাৰা আয়োজন কৰা এক আনুষ্ঠানিক স্বাগতম জনোৱা হয় তথা বিমানবন্দৰত গাৰ্ড অফ অনাৰ আৰু ২১টা তোপধ্বনিতে সম্ভাষণ জনোৱা হয়। পাছত,!-->…