“দেৱী দূৰ্গাৰ আগমন আৰু উৎসৱৰ আনন্দ”
"या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥"
আহিন মাহৰ পৰা আৰম্ভ হোৱা শৰৎ ঋতুত অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে উলহ-মালহেৰে পালন কৰা হয় দূৰ্গা পূজা। এই পূজা ভাগ দেৱী দূৰ্গাৰ মাহাত্ম্যক সোঁৱৰি অনুষ্ঠিত কৰা হয়।!-->!-->!-->…