নতুন দিল্লীত টিম অসম প্ৰদেশ কংগ্ৰেছ
গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছতেই নতুন দিল্লীলৈ অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাক জৰুৰী তলৱ কৰি মাতি নিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৷ ৩ জুনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব গৌৰৱ!-->…