হোৱাইট হাউছত সাত ইউৰোপীয়ান নেতাৰে বৈঠকত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত সোমবাৰে হোৱাইট হাউছত ইউৰোপৰ সাতজন নেতাক সাক্ষাৎ কৰে । ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ ইউক্ৰেইনৰ যুদ্ধৰ জৰুৰী অন্ত পেলোৱাৰ আহ্বানৰ!-->…