Browsing Tag

dnortheast

ড° ৰুবুল মাউটৰ নতুন আৱিষ্কাৰে চমকিত কৰিছে সমগ্ৰ বিশ্বক

অসম সন্তান ৰুবুল মাউটৰ আন এক বৃহৎ সফলতা। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ড০ ৰুবুল মাউটৰ উদ্ভাৱনে এতিয়া খলকনি লগাইছে সমগ্ৰ বিশ্বত। কৃত্ৰিম বুদ্ধিমত্তাৰে ৰুবুলৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে প্ৰস্তুত প্ৰ’টিনে শক্তিশালী কৰিব মানৱ দেহৰ

চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল খুমটাইৰ বৰফলং চাহ বাগিচা

বিভিন্ন কাৰণত বিভিন্ন সময়ত চাহ বাগিছা কাৰ্যালয় সমূহত শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা যায় । পিছপৰা জনজাতি হোৱাৰ বাবেই পাবলগীয়া সুবিধা সমূহৰ পৰাও বঞ্চিত হয় বহু চাহ শ্ৰমিক । নায্য প্ৰাপ্তিৰ দাবীৰে চাহ মজদুৰ সংঘ তথা চৰকাৰৰ

কেইবাজনো অসম সন্তান জিলিকিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত

শুকুৰবাৰে ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিভিন্ন শিতানৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে শুকুৰবাৰে নতুন দিল্লীত এখন সংবাদমেলযোগে বিজয়ীসকলৰ

এজন হিতাধিকাৰীৰ আই ডি নম্বৰত চৰকাৰী গৃহ লাভ আন এজন হিতাধিকাৰীৰ

দৰঙৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিগত সময়ত দৰিদ্ৰৰ নামত আৱন্টিত চৰকাৰী গৃহ আঁচনিত অনিয়ম, স্বজন, তোষণ আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ বহুদিনীয়া। শেহতীয়াকৈ পঞ্চায়তখনত আন এক অনিয়মৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন

ভাৰতৰ অৰ্থনীতিক ‘মৃত অৰ্থনীতি’ আখ্যা ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এক পোষ্টযোগে ভাৰতৰ উচ্চ শুল্ক আৰু ৰাছিয়াৰ সৈতে ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্কক লৈ তীব্ৰ সমালোচনা কৰে। ৰাছিয়াৰ পৰা ভাৰতৰ তেল আৰু অস্ত্ৰ ক্ৰয় অব্যাহত থকাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি ড’নাল্ড

অপাৰেচন সিন্দুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ তীব্ৰ বাক্যবান

লোকসভাৰ বৰ্ষাকালীন অধিবেশনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত এক বিশেষ আলোচনা অব্যাহত আছে। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া বিশেষ আলোচনাৰ সূচনা কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শাসকীয় দল আৰু বিৰোধীৰ বহু সদস্যই এই

বৰ্তমানেও অনিশ্চয়তাৰ গৰ্ভত ভাৰত-আমেৰিকা বাণিজ্য চুক্তি

দীর্ঘদিন ধৰি চলি অহা ভাৰত–আমেৰিকা বাণিজ্য চুক্তিৰ ভবিষ্যৎ এতিয়াও অনিশ্চিত হৈ আছে, কিয়নো ১ আগষ্টৰ সময়সীমা চমু চাপি আহিছে যদিও চুক্তি‌ এতিয়াও চূড়ান্ত কৰা হোৱা নাই।যাৰ পৰিপ্ৰেক্ষিতত, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইংগিত দিছে যে,

কংগনাই কয় বিৰোধীৰ ইছ‍্যু নাই,সুপ্ৰিয়াৰ ভাষণত মোদীৰ প্ৰশংসা

চলিত লোকসভাৰ বৰ্ষাকালীন অধিবেশনত বিভিন্ন সময়ত বিভিন্ন বিষয় উপস্থাপন কৰি বিৰোধীয়ে সদন উত্তাল কৰি তুলিছে। অপাৰেশ্যন সেন্দূৰ, বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ অনুশীলন আদিকে ধৰি কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি প্ৰতিদিনেই বিৰোধীয়ে সদনত

২৬তম কাৰ্গিল বিজয় দিৱস: দেশৰ বীৰ জোৱানক স্মৰণ

২৬ জুলাই দিনটো ভাৰতৰ বাবে এক গৌৰৱময় দিন। ১৯৯৯ চনৰ এই দিনটোত ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধত বিজয় অর্জন কৰিছিল। সেই বিজয়কেই স্মৰণ কৰিবলৈ প্ৰতি বছৰে ২৬ জুলাইক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। আজি দেশজুৰি ২৬তম কাৰ্গিল বিজয় দিৱস উদযাপন

নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদ মেল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক ভ্ৰমণ সন্দৰ্ভত মূল অন্তৰ্দৃষ্টি আৰু আপডেট প্ৰদান কৰি লণ্ডনৰ পৰা সংবাদ মাধ্যমক পোনপটীয়াকৈ সম্বোধন কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, ব্ৰিটেইনৰ