Browsing Tag

dnortheast

চুলিৰ যতনত বনৌষধিৰ উপকাৰিতা

আপোনাৰ সুন্দৰ চুলিকোচাৰ যত্ন ল'বৰ বাবে প্ৰাকৃতিক বনৌষধি ব্যৱহাৰ কৰিলে আপোনাৰ চুলিকোচা মজবুত আৰু কোমল হ’ব পাৰে। এই বনৌষধিৰ ব্যৱহাৰে আপোনাৰ চুলি আৰু অধিক সতেজ কৰি ৰাখিব । তাৰেই কিছু টিপছ তলত উল্লেখ কৰা হ'ল । এল'ভেৰা: মূৰৰ ছাল কণ্ডিচনিং

প্ৰথমটো ইতিবাচক খবৰ । পেৰিছ পেৰা অলিম্পিকত ভাৰতৰ পদকৰ তালিকাত সংযোজন পঞ্চমটো পদক

দেশৰ হৈ পদক অৰ্জন কৰিলে শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে । পেৰিছ পেৰা অলিম্পিকত এক ভাৰতীয় ইতিহাস ৰচনা কৰিলে ৰুবিনা ফ্ৰান্সিছে। শ্বুটিঙৰ এয়াৰ পিষ্টল ইভেণ্টত পেৰালিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে ৰুবিনা। ক্ৰীড়া

পেৰা অলিম্পিকত ভাৰত! চমক সৃষ্টি কৰিছে ভাৰতীয় খেলুৱৈয়ে

২৮ আগষ্টৰ পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক। এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ ৮৪জনীয়া এথলীটৰ দলে অংশগ্রহণ কৰিছে। পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পাছত প্ৰেমৰ চহৰ পেৰিছত চলি আছে পেৰা অলিম্পিক। ২২ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায় ৪,৪০০

অমিতা আৰু ইয়াৰ উপকাৰিতা

অমিতা এক সু-স্বাদু ফলেই নহয়, এক পুষ্টিকৰ খাদ্যও ।অমিতা হৈছে উপকাৰীতাৰে ভৰপূৰ গ্রীষ্মকালীন এক ফল যিয়ে আপোনাৰ খাদ্যত এক মূল্যৱান সংযোজন আনে। ভিটামিন A, C, আৰু Eৰে সমৃদ্ধ অমিতাই ছালৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছালৰ সৌন্দৰ্য বৰ্ধন কৰে