Browsing Tag

diwalivibes

এইবাৰৰ দিপাৱলী জুবিন বিহীন

জুবিন বিহীন প্ৰথমটো দিপাৱলী অসমবাসীয়ে আজি পালন কৰিছে। নাই কোনো উৎসাহ নাই কোনো আনন্দৰ ঢল। বিষাদৰ চকুলো বোৱাই জুবিনৰ গীতেৰে পাৰ কৰা গৈছে দিপাৱলীৰ আনন্দ। দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয়। দীপাৱলী জাতি ধৰ্ম