Browsing Tag

DIPLOMACY

পুটিনৰ শান্তি বৈঠকৰ বাবে মস্কোৱে উপযুক্ত স্থান , কিন্তু এই প্ৰস্তাৱ নাকচ জেলেনস্কিৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে শান্তি চুক্তিৰ বৈঠকৰ প্ৰস্তাৱ আগবঢ়াইছিল।য'ত মস্কোক দুয়ো পক্ষৰ আলোচনাৰ বাবে আটাইতকৈ উপযুক্ত স্থান বুলি ঘোষণা কৰিছিল যদিও জেলেনস্কিয়ে এই পৰামৰ্শ নাকচ