Browsing Tag

DALAI LAMA

আজি ধৰ্মগুৰু দালাই লামাৰ ৯০ সংখ্যক ওপজা দিন

দালাই লামা তিব্বতীয় বৌদ্ধ ধৰ্মৰ আটাইতকৈ উচ্চতম উপাধি। এই উপাধিধাৰীজনক তিব্বতীয় বৌদ্ধসকলৰ ধৰ্মীয় গুৰু বুলি গণ্য কৰা হয়। “দালাই” শব্দটোৰ অৰ্থ হৈছে “সমুদ্ৰ” আৰু “লামা” অৰ্থ “গুৰু” — সেয়েহে “দালাই লামা” মানে “জ্ঞানৰ সমুদ্ৰ সদৃশ গুৰু”।

দালাই লামাৰ ৯০তম ওপজা দিন উদযাপনৰ প্ৰস্তুতি

বিশ্বৰ খ্যাতনামা ধৰ্মগুৰু আৰু শান্তিৰ বার্তাবাহক দালাই লামাৰ ৯০তম জন্মদিন ২০২৫ চনৰ ৬ জুলাইত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে। তিব্বতীয় বৌদ্ধ ধৰ্মৰ ১৪তম দালাই লামা হিচাপে পৰিচিত তেনজিন গ্যাতছোৱে এই বিশেষ দিনত তেওঁৰ অনুগামীসকলক শান্তি,