Browsing Tag

bjp

“IPPB ৰ ৮ বছৰত ১২ কোটিৰো অধিক গ্ৰাহক,ঘৰেঘৰে বেংকিং সেৱা”

ইণ্ডিয়া প'ষ্ট পেমেণ্টছ বেংক (IPPB) এ ৮ বছৰৰ কাৰ্যকালত ১২ কোটিৰো অধিক গ্ৰাহক অন্তৰ্ভুক্ত কৰি কোটি কোটি ডিজিটেল লেনদেন সম্পন্ন কৰিছে। দেশৰ ঘৰেঘৰে বেংকিং সেৱা আগবঢ়াই আহিছে ইণ্ডিয়া প'ষ্ট পেমেণ্টছ বেংকে। ২০১৮ চনত আৰম্ভ হোৱা পৰা, IPPB বিশ্বৰ

আজি ভাৰতীয় ৰাজনীতিৰ আদৰ্শ অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী

আজি সমগ্ৰ দেশজুৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় ৰাজনীতিৰ মহীৰূহ অটল বিহাৰী বাজপেয়ীৰ নৱম সংখ্যক মৃত্যুবার্ষিকী গভীৰ শ্ৰদ্ধাৰে পালন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি

অপাৰেচন সিন্দুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ তীব্ৰ বাক্যবান

লোকসভাৰ বৰ্ষাকালীন অধিবেশনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত এক বিশেষ আলোচনা অব্যাহত আছে। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া বিশেষ আলোচনাৰ সূচনা কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শাসকীয় দল আৰু বিৰোধীৰ বহু সদস্যই এই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত আয়োজিত এক দলীয় সভাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান কৰা দেখা যায় । অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যত চলাই থকা

ঘৃণনীয় পৰ্যায় লাভ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে

মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছে । কিয়নো মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত মহাৰাষ্ট্ৰ বিধানসভাৰ চৌহদত বিজেপি আৰু এনচিপি এছ পিৰ বিধায়কৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। দৰাচলতে গাড়ীৰ

পুনৰ কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ মাজৰ সংঘাত । শেষ হোৱা নাই বাক বিতণ্ডাৰ । সময়ে সময়ে দুয়োটা দলেই ইটোৱে সিটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কিছু কটু মন্তব্য কৰা দেখিবলৈ পোৱা যায় । এইবাৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি

যুদ্ধ বিৰতি উলংঘা কৰি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পুনৰ ভাৰত আক্ৰমণৰ চেষ্টা

শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ কথা উল্লেখ কৰি xত পোষ্ট শ্বেয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ । আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশেই বুদ্ধিমত্তাৰে সৈতে যুদ্ধ বিৰতিৰ বাবে সন্মতি জনোৱাৰ কথাও প্ৰকাশ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি

“মই Resign দিম”-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সাংসদ গৌৰৱ গগৈ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দৰাচলতে কেইমাহ মান পূৰ্বৰে পৰা দেশৰ ৰাজনীতিত তোলপাৰ লগাই আছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগে । শেহতীয়াকৈ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী

মোদীৰ সংগ ত্যাগ ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰশৰ নেতৃত্বত ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিয়ে NDAৰ সৈতে মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। দেওবাৰে আম্বেদকাৰ জয়ন্তী উপলক্ষে পাটনাত দলীয় কর্মীসকলক দিয়া ভাষণৰ সময়ত এই কথা

ৰেখা গুপ্তা হ’ব নতুন দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

দিল্লী নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এঘাৰ দিন অতিক্ৰম কৰাৰ পাছত ঘোষণা কৰা হয় দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম।যদিও পূৰ্বতে ঘোষণা কৰা হৈছিল যে,বৃহস্পতিবাৰে দিল্লীৰ ৰামলীলা ময়দানত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব কিন্তু মংগলবাৰলৈকে প্ৰকাশ