Browsing Tag

Birthday

আজি মহেন্দ্ৰ সিং ধোনীৰ ৪৪ সংখ্যক জন্মদিন

আজি ভাৰতীয় ক্ৰিকেটৰ এজন অমৰ নায়ক মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ ৪৪তম জন্মদিন উদযাপন কৰিছে। সমগ্ৰ দেশ তথা ক্ৰিকেট প্ৰেমীসকলৰ মাজত ধোনীৰ জন্মদিন উপলক্ষে বিশেষ উল্লাস পৰিলক্ষিত হৈছে। ২০০৪ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ধোনীয়ে তেওঁৰ

আজি ধৰ্মগুৰু দালাই লামাৰ ৯০ সংখ্যক ওপজা দিন

দালাই লামা তিব্বতীয় বৌদ্ধ ধৰ্মৰ আটাইতকৈ উচ্চতম উপাধি। এই উপাধিধাৰীজনক তিব্বতীয় বৌদ্ধসকলৰ ধৰ্মীয় গুৰু বুলি গণ্য কৰা হয়। “দালাই” শব্দটোৰ অৰ্থ হৈছে “সমুদ্ৰ” আৰু “লামা” অৰ্থ “গুৰু” — সেয়েহে “দালাই লামা” মানে “জ্ঞানৰ সমুদ্ৰ সদৃশ গুৰু”।

দালাই লামাৰ ৯০তম ওপজা দিন উদযাপনৰ প্ৰস্তুতি

বিশ্বৰ খ্যাতনামা ধৰ্মগুৰু আৰু শান্তিৰ বার্তাবাহক দালাই লামাৰ ৯০তম জন্মদিন ২০২৫ চনৰ ৬ জুলাইত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে। তিব্বতীয় বৌদ্ধ ধৰ্মৰ ১৪তম দালাই লামা হিচাপে পৰিচিত তেনজিন গ্যাতছোৱে এই বিশেষ দিনত তেওঁৰ অনুগামীসকলক শান্তি,

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

চলিত বৰ্ষত সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সংগীত সম্ৰাট, জনজাতি গায়ক, চিন্তাবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অসমীয়াৰ গৰিমা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০তম জন্মবাৰ্ষিকী জাঁকজমকাৰে পালন কৰাৰ দিহা কৰা হৈছে। এই বিশেষ ক্ষণত ৰাজ্য চৰকাৰে আৰু

আজি বিখ্যাত উদ্যোগপতি প্ৰয়াত ৰতন টাটাৰ জন্মবাৰ্ষিকী

মানুহৰ বাবে জীয়াই থকা মানুহজন নাইকিয়া হোৱাৰ প্ৰায় তিনি মাহ পাৰ হ'ল । কেৱল দেশৰে নহয়, বিশ্বৰ এক কিংবদন্তি উদ্যোগপতি আছিল ৰতন টাটা । ৯ অক্টোবৰৰ নিশা ১১.৩০ বজাত মুম্বাইৰ ব্ৰিজকেণ্ডি হাস্পতালত ৮৬ বছৰ বয়সত ৰতন টাটাই ইহলীলা সম্বৰণ কৰে ।

আজি কিং কোহলীৰ জন্মদিন

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি । ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট