Browsing Tag

best news portal in assam

আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আহমেদাবাদত উপস্থিত হয়। বৃহস্পতিবাৰে সংঘটিত হোৱা দুঃখজনক বিমান দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন কৰিবলৈ আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী । Air India ৰ Boeing 787 বিমানখন মেঘানীনগৰৰ ওচৰত যান্ত্ৰিক বিজুতিৰ ফলত

ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তর্ভুক্ত হ’ল মিজোৰাম

ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱা মেঘালয়ৰ ৰাজধানী শ্বিলং, মণিপুৰৰ ৰাজধানী ইম্ফল, নাগালেণ্ডৰ ৰাজধানী কহিমা আৰু মিজোৰামৰ ৰাজধানী আইজল চহৰক ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰত

গৰমৰ দিনত কেনেকৈ আৰাম পাব পাৰি: গ্ৰীষ্মকাল পাৰ কৰাৰ সহজ উপায়

গ্ৰীষ্মকাল অসমবাসীৰ বাবে এটি কঠিন সময় হৈ পাৰে। এই সময়ছোৱাত তাপমাত্রা অধিক পোৱাৰ বাবে শৰীৰিক আৰু মানসিক অশান্তিৰ সৃষ্টি হয়। বিশেষকৈ বৰষুণ অহাৰ আগৰ সময়ছোৱাত, গৰম আৰু আর্দ্ৰতা দুয়োটা বৃদ্ধি পায়। সেইবাবে গ্ৰীষ্মকালত শৰীৰ সুস্থ ৰাখিবলৈ

অতি শীঘ্ৰেই ৰঙিয়াৰ ৮ নম্বৰ ৱাৰ্ডত নিৰ্মাণ হ’ব এখনি আটকধুনীয়া দলং

ৰঙিয়াত ৬ কোটি ৫৯ লাখ ৫৪ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এখন বিশেষ দলং। স্বাধীনোত্তৰ কালৰ পৰা কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮ নম্বৰ ৱাৰ্ডটো শেহতীয়াভাৱে ৰঙিয়া বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হয়। ৮ নম্বৰ ৱাৰ্ডত আছে এখনি অতি

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

চলিত বৰ্ষত সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সংগীত সম্ৰাট, জনজাতি গায়ক, চিন্তাবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অসমীয়াৰ গৰিমা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০তম জন্মবাৰ্ষিকী জাঁকজমকাৰে পালন কৰাৰ দিহা কৰা হৈছে। এই বিশেষ ক্ষণত ৰাজ্য চৰকাৰে আৰু

ৰাছিয়াত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ

পুটিনক শক্তি প্ৰদৰ্শন ইউক্ৰেইনৰ। ৰাছিয়াত ইউক্ৰেইনৰ পুনৰ ভয়াৱহ ড্ৰোণ আক্ৰমণ। এই আক্ৰমণৰ জৰিয়তে ইউক্ৰেইনে ৰাছিয়াৰ চাৰিটা বিমানঘাটি আৰু ৪০খন যুদ্ধবিমানক লক্ষ্য কৰি লৈছিল । প্ৰাপ্ত তথ্য অনুসৰি, ইউক্ৰেইনে এবছৰ ধৰি এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল।

নতুন দিল্লীত টিম অসম প্ৰদেশ কংগ্ৰেছ

গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছতেই নতুন দিল্লীলৈ অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাক জৰুৰী তলৱ কৰি মাতি নিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৷ ৩ জুনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব গৌৰৱ

নাগিনীজান চাহ বাগিছাৰ কলঘৰে আনিছে আনন্দ আৰু আশাৰ বতৰা

সুদীৰ্ঘ দিনে বন্ধ হৈ থকা এটা কলঘৰ পুনৰ কাৰ্যক্ষম হৈ উঠিছে মৰিয়নিত । মৰিয়নিৰ নাগিনীজান চাহ বাগিছাৰ কলঘৰটো প্ৰায় ২৫বছৰ বন্ধ হৈ থকাৰ পিছত সম্প্ৰতি পুনৰ কাৰ্যক্ষম হৈ উঠিছে । ইতিমধ্যে চাহপাত প্ৰস্তুতৰ কাম সম্পন্ন হৈ আছে কলঘৰটোত । উল্লেখ্য যে

কাঁৰ ৰেড কাৰ্পেটত উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ফ্ৰান্সৰ কান চহৰত আয়োজন কৰা হৈছে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ। ১৩ মে'ৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি অন্ত পৰিব। এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকাসকলৰ সমান্তৰালকৈ ভাৰতীয় তাৰকা সকলৰ অংশগ্ৰহণো দেখিবলৈ পোৱা গৈছে ।

শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব চুমী বৰা

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা হাই-প্ৰফাইল ট্ৰেডিং কেলেংকাৰিৰ গোচৰৰ সৈতে জড়িত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী চুমী বৰাক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে। আদালতৰ এই সিদ্ধান্তই বিষয়টোৰ সৈতে জড়িত সকলো বিচাৰাধীন গোচৰৰ পৰা