Browsing Tag

ASSEMBLY

কংগনাই কয় বিৰোধীৰ ইছ‍্যু নাই,সুপ্ৰিয়াৰ ভাষণত মোদীৰ প্ৰশংসা

চলিত লোকসভাৰ বৰ্ষাকালীন অধিবেশনত বিভিন্ন সময়ত বিভিন্ন বিষয় উপস্থাপন কৰি বিৰোধীয়ে সদন উত্তাল কৰি তুলিছে। অপাৰেশ্যন সেন্দূৰ, বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ অনুশীলন আদিকে ধৰি কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি প্ৰতিদিনেই বিৰোধীয়ে সদনত

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। অধিৱেশনৰ সময়ছোৱাত উভয় সদনৰ মুঠ ২১ খন বৈঠক অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে নতুন দিল্লীৰ সংসদ ভৱনত

ঘৃণনীয় পৰ্যায় লাভ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে

মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছে । কিয়নো মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত মহাৰাষ্ট্ৰ বিধানসভাৰ চৌহদত বিজেপি আৰু এনচিপি এছ পিৰ বিধায়কৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। দৰাচলতে গাড়ীৰ