Browsing Tag

assamnews

“অধিকাৰ দাবীত পঞ্চায়ত বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অনির্দিষ্টকালীন ধৰ্মঘট অব্যাহত”

সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত ১১ নবেম্বৰৰ পৰা ৰাজ্যজুৰি অব্যাহত ৰাখিছে কৰ্মবীৰ্তি আৰু অৱস্থান ধৰ্মঘট। দাবীৰ বিপৰীতে ৰাজ্য চৰকাৰে অগভীৰতা দেখুৱাইছে বুলি সংগঠনে তীব্ৰ ক্ষোভ

“দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত নলা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ”

হোজাই জিলাৰ বিন্নাকান্দী সমষ্টিত আকৌ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ দুৰ্নীতিৰ ঘটনা। অকচেকপথাৰ গাঁও পঞ্চায়তৰ দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত পকী নলা নিৰ্মাণৰ নামত ২০২৩-২৪ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ পৰা ৯,৯৭,০০০ টকা মুকলাই দিয়া হৈছিল। অভিযোগ