Browsing Tag

assamesenews

“দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত নলা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ”

হোজাই জিলাৰ বিন্নাকান্দী সমষ্টিত আকৌ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ দুৰ্নীতিৰ ঘটনা। অকচেকপথাৰ গাঁও পঞ্চায়তৰ দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত পকী নলা নিৰ্মাণৰ নামত ২০২৩-২৪ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ পৰা ৯,৯৭,০০০ টকা মুকলাই দিয়া হৈছিল। অভিযোগ