Browsing Tag

assamculture

পলাশৰ ৰঙেৰে ৰঙীন বসন্ত, দৌল উৎসৱত মুখৰিত অসম

প্ৰকৃতিৰ বুকুলৈ পুনৰ উভতি আহিছে ঋতুৰাজ বসন্তৰ আগজাননী। শীতৰ কঠোৰতা লাহে লাহে বিদায় লৈ ফাগুনৰ মৃদু পচোৱা বতাহে চৌদিশে এক মাদকতা ছটিয়াই দিছে। এই ঋতু পৰিবর্তনৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা পোৱা গৈছে এক মনোমোহা দৃশ্য—ডাল

তেজপুৰৰ বালিপুখুৰীত ৬৮ তম ৰাস মহোৎসৱ

ঐতিহ্যমণ্ডিত তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ ৬৮ তম ৰাস মহোৎসৱৰ বিশাল আয়োজন। প্ৰতিবছৰৰ দৰে এইবাৰো শৰতৰ এই শাৰদীয় বতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে ব্যতিক্ৰম ভাৱে দেখা গৈছে শ্রী কৃষ্ণৰ ৰাস মহোৎসৱ।এই ৰাস মহোৎসৱৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী গৰাকীৰ