Browsing Tag

assam

অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পী ড°ভূপেন হাজৰিকা ।

আজি অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ গায়ক সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ ৯৮ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ মহান কৰ্মৰাজি সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ গুণমুগ্ধসকলে তেওঁৰ কৰ্মৰাজিৰ গীত আৰু কথাৰে স্মৰণ কৰে। অসমীয়া সংগীত জগতত হাজাৰ হাজাৰ

আজি গণেশ চতুৰ্থী। সিদ্ধি বিনায়কৰ পূজা–অৰ্চনাৰে মুখৰ সমগ্ৰ অসম ।

আজি গণেশ চতুৰ্থী। গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে হিন্দুসকলৰ এক পৱিত্ৰ উৎসৱ । গণেশৰ জন্ম জয়ন্তী উপলক্ষে পালন কৰা হয় এই উৎসৱ । এই সময়ত গণেশ দেৱতাই তেওঁৰ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয়।

আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস ।

"ক্ৰীড়াই এখন সমন্বয়মুখী আৰু সুস্থ সমাজ গঢ় দিয়ে ।" আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস । অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী খেলুৱৈ, দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে উদযাপন কৰা হয় এই বিশেষ দিনটো । ক্ৰীড়াৰ ক্ষেত্ৰত অসম তথা ভাৰতলৈ

চুলিৰ যতনত বনৌষধিৰ উপকাৰিতা

আপোনাৰ সুন্দৰ চুলিকোচাৰ যত্ন ল'বৰ বাবে প্ৰাকৃতিক বনৌষধি ব্যৱহাৰ কৰিলে আপোনাৰ চুলিকোচা মজবুত আৰু কোমল হ’ব পাৰে। এই বনৌষধিৰ ব্যৱহাৰে আপোনাৰ চুলি আৰু অধিক সতেজ কৰি ৰাখিব । তাৰেই কিছু টিপছ তলত উল্লেখ কৰা হ'ল । এল'ভেৰা: মূৰৰ ছাল কণ্ডিচনিং

পেৰা অলিম্পিকত ভাৰত! চমক সৃষ্টি কৰিছে ভাৰতীয় খেলুৱৈয়ে

২৮ আগষ্টৰ পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক। এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ ৮৪জনীয়া এথলীটৰ দলে অংশগ্রহণ কৰিছে। পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পাছত প্ৰেমৰ চহৰ পেৰিছত চলি আছে পেৰা অলিম্পিক। ২২ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায় ৪,৪০০