Browsing Tag

assam cabinet

অমস কেবিনেটৰ শেহতীয়া সিদ্ধান্তসমূহ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ সমূহ কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই কেবিনেট বৈঠকত ৰাজ্য তথা ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ

অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তসমূহ

অসমৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ অৰ্থে বৃহস্পতিবাৰে অসম ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি ব্যক্তিগত নাৰ্ছিং হোম, ছাত্ৰ-ছাত্ৰীৰ বাবে "প্ৰেৰণা আঁচনি, উদাসীন ভকতৰ বাবে আৰ্থিক সাহায্য,