Browsing Tag

#assam

দলবদ্ধ আক্ৰমণ আমছুৰ নেতাক

ঘটনা অনুসৰি বুধবাৰে নিশা জুৰীয়া বজাৰত এখন চাৰি চকীয়া গাড়ীৰে অহা কেইগৰাকীমান পুৰুষ-মহিলাক পথ আগুচি ধৰি কুখ্যাত ড্ৰাগছ পেডলাৰ একৰাম হুছেইনৰ লগতে ৪/৫ দুৰ্বৃত্তৰ দলে ভয়‌ ভাবুকি দি আছিল। ততাতৈয়াকৈ এই খবৰ পাই উক্ত স্থানত উপস্থিত হয় আমছুৰ

চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান

লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত পুনৰ চলিছে চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান। ভুৰাগাঁৱত চলিছিল চোৰাং চিকাৰীৰ বিৰূদ্ধে এই অভিযান। লাহৰীঘাট সম জিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱাৰ নেতৃত্বত এইবাৰ অভিযান চলিছিল ভূৰাগাঁও আৰক্ষী