Browsing Tag

assam

আজি কাতি বিহু

কাতি বিহু বা কঙালী বিহু অসমৰ তিনিটা বিহুৰ অন্যতম আৰু এটি মহত্বপূর্ণ জাতীয় উৎসৱ। আহিন মাহৰ শেষৰদিনা তথা কাতি মাহৰ প্ৰথম দিনা, অৰ্থাৎ আহিন-কাতিৰ সংক্ৰান্তিৰ দিনটোত এই বিহু পালন কৰা হয়। এই সময়ত অসমবাসীৰ ভঁৰালৰ ধান প্ৰায় শেষ হৈ আহে, নতুন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন ২০২৫ চনত সমগ্ৰ উত্তৰ-পূবত এক ঐতিহাসিক পৰিৱেশৰ সৃষ্টি কৰিছে। মহান সুৰসম্ৰাট, গীতিকাৰ, সংগীত পৰিচালক, কবি আৰু সমাজপ্ৰেমী ড° হাজৰিকাৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ অসমতে আনন্দৰ উল্লাসৰে

ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান

ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত | সংৰক্ষিত বনাঞ্চল বেদখল কৰি বাগান স্থাপন কৰা প্ৰায় ৩৫ হেক্টৰ বনভূমিত উচ্ছেদ চলালে ৰংজুলি বন বিভাগে - দেওশিলা সুৰক্ষিত বনাঞ্চল আৰু বুদুলুং সংৰক্ষিত বনাঞ্চলত চলিল এই অভিযান। ৰংজুলিৰ

ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?

ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু খাদ্য ত্যাগ কৰিব লাগিব। বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয়। সাধাৰণতে অতিৰিক্ত

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত ফিজিৰ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে চৰকাৰী ভ্ৰমণসূচীৰে ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ ভাৰত ভ্ৰমণলৈ আহে ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামাদা ৰাবুকা । পোন প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী ৰাবুকাক এই ভ্ৰমণত সংগ দিয়ে তেওঁৰ

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস

চন্দ্ৰযান-৩ অভিযানৰ ঐতিহাসিক সাফল্যৰ স্মৃতিত ভাৰতে প্ৰতি বছৰে ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰে। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। চন্দ্ৰযান-৩ৰ সফলতাই

অপাৰেচন সিন্দুৰৰ মাজতেই মেচত অৱতীৰ্ণ হ’ব ভাৰত-পাকিস্তান

মঙলবাৰে মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপৰ বাবে ভাৰতীয় পুৰুষ দলৰ বাচনি প্ৰক্ৰিয়া । এই বাছনি বৈঠকৰ পিছতেই অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু জ্যেষ্ঠ পুৰুষ বাছনি

শৰীৰৰ ওজন বাঢ়িছে নেকি আপোনাৰ?

ঘৰুৱা উপায়েৰে নিয়ন্ত্ৰণ হ'ব আপোনাৰ ওজন। এটা মাত্ৰ নেমুৱে হ্ৰাস কৰিব পাৰে আপোনাৰ ওজন। অগণন গুণৰ অধিকাৰী হৈছে এই নেমু। শৰীৰৰ বাবে নেমু হৈছে আটাইতকৈ উপকাৰী ফল। নেমুত ভিটামিন এ, ভিটামিন বি আৰু ভিটামিন চি- এই তিনিবিধ ভিটামিনযুক্ত খাদ্যগুণ

এছিয়া কাপ ক্রিকেট টুৰ্নামেণ্টৰ বাবে ভাৰতীয় দল ঘোষণা

১৫জনীয়া ভাৰতীয় দলটোৱে অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ’বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সাজু হৈছে। অধিনায়ক সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য

হোৱাইট হাউছত সাত ইউৰোপীয়ান নেতাৰে বৈঠকত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত সোমবাৰে হোৱাইট হাউছত ইউৰোপৰ সাতজন নেতাক সাক্ষাৎ কৰে । ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ ইউক্ৰেইনৰ যুদ্ধৰ জৰুৰী অন্ত পেলোৱাৰ আহ্বানৰ