প্ৰধানমন্ত্ৰী মোদী লৈ ট্ৰিনিডাড এণ্ড টবাগ’ৰ সৰ্বোচ্চ অসামৰিক সন্মান
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ বিশ্ব দৰবাৰত ভাৰতৰ গৰিমা বৃদ্ধি কৰিলে। প্ৰধানমন্ত্ৰী গৰাকীক ট্ৰিনিডাড আৰু টবাগ'ৰ সৰ্বোচ্চ অসামৰিক সন্মান "The Order of the Republic of Trinidad and Tobago" প্ৰদান কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি!-->…
দালাই লামাৰ ৯০তম ওপজা দিন উদযাপনৰ প্ৰস্তুতি
বিশ্বৰ খ্যাতনামা ধৰ্মগুৰু আৰু শান্তিৰ বার্তাবাহক দালাই লামাৰ ৯০তম জন্মদিন ২০২৫ চনৰ ৬ জুলাইত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে। তিব্বতীয় বৌদ্ধ ধৰ্মৰ ১৪তম দালাই লামা হিচাপে পৰিচিত তেনজিন গ্যাতছোৱে এই বিশেষ দিনত তেওঁৰ অনুগামীসকলক শান্তি,!-->…
ট্ৰিনিডাড এণ্ড টবাগ’ত ভাৰতীয় সংস্কৃতিৰ আভাষত মন্ত্ৰমুগ্ধ নৰেন্দ্ৰ মোদী
ঘানা ভ্ৰমণ সামৰি দুদিনীয়া কাৰ্যসূচীৰে কেৰিবিয়ান দেশ ট্ৰিনিডাড এণ্ড টবাগ'ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প'ৰ্ট অফ স্পেইনৰ পিয়াৰ্ক' আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্পূৰ্ণ!-->…
মহাকাশত শুভাংশু শুক্লাৰ ১১ দিন
ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ২৫ জুন ২০২৫ তাৰিখে SpaceX ৰ জৰিয়তে International Space Station লৈ সফলভাৱে উৰা মাৰে। তেওঁ হৈছে প্ৰথমজন ভাৰতীয় নাগৰিক, যিয়ে ব্যৱসায়িক মহাকাশ উৰণ অভিযানত অংশগ্ৰহণ কৰি ISSত বৈজ্ঞানিক গৱেষণা!-->…
প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অ’ফিচাৰ অৱ দ্য অ’ৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱতি নিশা ঘানাৰ ৰাজধানী আক্রাত উপস্থিত হয়। তেওঁক ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাৰ দ্বাৰা আয়োজন কৰা এক আনুষ্ঠানিক স্বাগতম জনোৱা হয় তথা বিমানবন্দৰত গাৰ্ড অফ অনাৰ আৰু ২১টা তোপধ্বনিতে সম্ভাষণ জনোৱা হয়। পাছত,!-->…
ৰাজ্যত ভুৱা শৈক্ষিক অৰ্হতাৰ কেলেংকাৰী!
গণতন্ত্ৰৰ মূল ভেটিটোকে কঁপাই তোলা এক লজ্জাজনক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত। ভুৱা শিক্ষাগত অৰ্হতাৰ দৰে এক প্ৰতাৰণামূলক পথেৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ এগৰাকী মহিলাই কেৱল জয়ী হোৱাই নহয়, বৰঞ্চ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকে যেন!-->…
চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান
লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত পুনৰ চলিছে চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান। ভুৰাগাঁৱত চলিছিল চোৰাং চিকাৰীৰ বিৰূদ্ধে এই অভিযান। লাহৰীঘাট সম জিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱাৰ নেতৃত্বত এইবাৰ অভিযান চলিছিল ভূৰাগাঁও আৰক্ষী!-->…
তেলেংগানাৰ কাৰখানাত প্ৰকাণ্ড বিস্ফোৰণ
তেলেংগানাৰ পাশামাইলাৰাম স্থিত চিগাচি ইণ্ডাষ্ট্ৰিজৰ ফাৰ্মাচুটিকেল ইউনিটত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই কপাই তুলিছে দেশক । বিস্ফোৰণত নিহতৰ সংখ্যা বৰ্তমানৰলৈকে ৩৫ লৈ বৃদ্ধি পাইছে। বহু কৰ্মচাৰী এতিয়াও ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ থকাৰ আশংকা আছে । সেয়ে!-->…
মাতৃহাৰা সমুজ্জ্বল ভট্টাচাৰ্যৰ কাষত মুখ্যমন্ত্ৰী
সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ তেওঁ কিছু দিন পূৰ্বে পৰলোকলৈ গমন কৰা তেখেতৰ পৰম পূজনীয়া মাতৃ বীণা ভট্টাচাৰ্যক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন!-->…
পুনৰ কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ মাজৰ সংঘাত । শেষ হোৱা নাই বাক বিতণ্ডাৰ । সময়ে সময়ে দুয়োটা দলেই ইটোৱে সিটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কিছু কটু মন্তব্য কৰা দেখিবলৈ পোৱা যায় । এইবাৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি!-->…