অপাৰেচন সিন্দুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ তীব্ৰ বাক্যবান
লোকসভাৰ বৰ্ষাকালীন অধিবেশনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত এক বিশেষ আলোচনা অব্যাহত আছে। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া বিশেষ আলোচনাৰ সূচনা কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শাসকীয় দল আৰু বিৰোধীৰ বহু সদস্যই এই!-->…
বৰ্তমানেও অনিশ্চয়তাৰ গৰ্ভত ভাৰত-আমেৰিকা বাণিজ্য চুক্তি
দীর্ঘদিন ধৰি চলি অহা ভাৰত–আমেৰিকা বাণিজ্য চুক্তিৰ ভবিষ্যৎ এতিয়াও অনিশ্চিত হৈ আছে, কিয়নো ১ আগষ্টৰ সময়সীমা চমু চাপি আহিছে যদিও চুক্তি এতিয়াও চূড়ান্ত কৰা হোৱা নাই।যাৰ পৰিপ্ৰেক্ষিতত, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইংগিত দিছে যে,!-->…
কংগনাই কয় বিৰোধীৰ ইছ্যু নাই,সুপ্ৰিয়াৰ ভাষণত মোদীৰ প্ৰশংসা
চলিত লোকসভাৰ বৰ্ষাকালীন অধিবেশনত বিভিন্ন সময়ত বিভিন্ন বিষয় উপস্থাপন কৰি বিৰোধীয়ে সদন উত্তাল কৰি তুলিছে। অপাৰেশ্যন সেন্দূৰ, বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ অনুশীলন আদিকে ধৰি কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি প্ৰতিদিনেই বিৰোধীয়ে সদনত!-->…
অপাৰেচন মহাদেৱত বৃহৎ সফলতা,পাহেলগাঁও হত্যাকাণ্ডৰ মূল চক্ৰান্তকাৰী নিহত
স্থান: শ্ৰীনগৰ, ২৮ জুলাই, ২০২৫
ভাৰতীয় সেনা, CRPF আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত আজি “অপাৰেচন মহাদেৱ” সফলভাৱে সম্পন্ন হৈছে। এই অভিযানত তিনিজন লস্কৰ-ই-তইবা সংগঠনৰ কুখ্যাত সন্ত্রাসবাদী নিহত হৈছে।
নিহত হোৱা সন্ত্রাসবাদীসকলৰ ভিতৰত!-->!-->!-->!-->!-->…
২৬তম কাৰ্গিল বিজয় দিৱস: দেশৰ বীৰ জোৱানক স্মৰণ
২৬ জুলাই দিনটো ভাৰতৰ বাবে এক গৌৰৱময় দিন। ১৯৯৯ চনৰ এই দিনটোত ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধত বিজয় অর্জন কৰিছিল। সেই বিজয়কেই স্মৰণ কৰিবলৈ প্ৰতি বছৰে ২৬ জুলাইক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। আজি দেশজুৰি ২৬তম কাৰ্গিল বিজয় দিৱস উদযাপন!-->…
নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদ মেল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক ভ্ৰমণ সন্দৰ্ভত মূল অন্তৰ্দৃষ্টি আৰু আপডেট প্ৰদান কৰি লণ্ডনৰ পৰা সংবাদ মাধ্যমক পোনপটীয়াকৈ সম্বোধন কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, ব্ৰিটেইনৰ!-->…
মুছলমান সমাজক গো-মাংস বৰ্জন কৰাৰ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ
সংখ্যালঘু মুছলমান অঞ্চলত গো-মাংসৰ বেপাৰ কৰা সকলৰ ওপৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। এই সন্দৰ্ভত বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰিছে । সাপ্তাহিক বজাৰ সমূহত গৰু!-->…
দলবদ্ধ আক্ৰমণ আমছুৰ নেতাক
ঘটনা অনুসৰি বুধবাৰে নিশা জুৰীয়া বজাৰত এখন চাৰি চকীয়া গাড়ীৰে অহা কেইগৰাকীমান পুৰুষ-মহিলাক পথ আগুচি ধৰি কুখ্যাত ড্ৰাগছ পেডলাৰ একৰাম হুছেইনৰ লগতে ৪/৫ দুৰ্বৃত্তৰ দলে ভয় ভাবুকি দি আছিল। ততাতৈয়াকৈ এই খবৰ পাই উক্ত স্থানত উপস্থিত হয় আমছুৰ!-->…
হিমন্ত বিশ্বৰ মুখত আখৈ ফুটা দি ফুটিছে বেদখলকাৰীৰ হিচাপ
শদিয়াৰ বুঢ়া-বুঢ়ী শালৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । "বুঢ়া বুঢ়ী শাল"ৰ উন্নয়নৰ বাবে নিৰ্মিত প্ৰকল্পটো ৮.৭৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে । ইয়াৰ পিছতেই সংবাদ!-->…
ভাৰতৰ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ
ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত অধ্যক্ষতা কৰি ৰাজ্যসভাৰ নৱ নিযুক্ত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে । সদনৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰিছিল উপ ৰাষ্ট্ৰপতিগৰাকীয়ে । কেইঘণ্টামানৰ!-->…