অমস কেবিনেটৰ শেহতীয়া সিদ্ধান্তসমূহ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ সমূহ কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই কেবিনেট বৈঠকত ৰাজ্য তথা ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ!-->…
আজি হিৰোছিমা দিৱস
প্ৰতি বছৰৰ ৬ আগষ্ট তাৰিখে সমগ্ৰ বিশ্বজুৰি "হিৰোছিমা দিৱস" (Hiroshima Day) পালন কৰা হয়। ১৯৪৫ চনৰ আজিৰ দিনটোত, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, আমেৰিকাই জাপানৰ হিৰোছিমা চহৰত পৰমাণু বোমা নিক্ষেপ কৰিছিল।
এই বিস্ফোৰণত হিৰোছিমা চহৰ সম্পূৰ্ণৰূপে!-->!-->!-->…
আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উদ্বোধন
ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহৰ দ্বাৰা আমিনগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি । এই প্ৰতিমূৰ্ত্তি উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই!-->…
চিৰদিনলৈ ধৰা-পৃষ্ঠক বিদায় জনালে ঝাৰখণ্ডৰ “দিশম গুৰু”ৱে
ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ JMMৰ প্ৰতিষ্ঠাপক তথা তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ৰাজ্যখনৰ বৰ্ষীয়ান নেতা শিবু ছোৰেনে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ অন্তত আজি চিৰদিনৰ বাবে ধৰাৰ পৰা!-->…
ড° ৰুবুল মাউটৰ নতুন আৱিষ্কাৰে চমকিত কৰিছে সমগ্ৰ বিশ্বক
অসম সন্তান ৰুবুল মাউটৰ আন এক বৃহৎ সফলতা। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ড০ ৰুবুল মাউটৰ উদ্ভাৱনে এতিয়া খলকনি লগাইছে সমগ্ৰ বিশ্বত। কৃত্ৰিম বুদ্ধিমত্তাৰে ৰুবুলৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে প্ৰস্তুত প্ৰ’টিনে শক্তিশালী কৰিব মানৱ দেহৰ!-->…
চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল খুমটাইৰ বৰফলং চাহ বাগিচা
বিভিন্ন কাৰণত বিভিন্ন সময়ত চাহ বাগিছা কাৰ্যালয় সমূহত শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা যায় । পিছপৰা জনজাতি হোৱাৰ বাবেই পাবলগীয়া সুবিধা সমূহৰ পৰাও বঞ্চিত হয় বহু চাহ শ্ৰমিক । নায্য প্ৰাপ্তিৰ দাবীৰে চাহ মজদুৰ সংঘ তথা চৰকাৰৰ!-->…
কেইবাজনো অসম সন্তান জিলিকিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত
শুকুৰবাৰে ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিভিন্ন শিতানৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে শুকুৰবাৰে নতুন দিল্লীত এখন সংবাদমেলযোগে বিজয়ীসকলৰ!-->…
এজন হিতাধিকাৰীৰ আই ডি নম্বৰত চৰকাৰী গৃহ লাভ আন এজন হিতাধিকাৰীৰ
দৰঙৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিগত সময়ত দৰিদ্ৰৰ নামত আৱন্টিত চৰকাৰী গৃহ আঁচনিত অনিয়ম, স্বজন, তোষণ আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ বহুদিনীয়া। শেহতীয়াকৈ পঞ্চায়তখনত আন এক অনিয়মৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন!-->…
ভাৰতৰ অৰ্থনীতিক ‘মৃত অৰ্থনীতি’ আখ্যা ড’নাল্ড ট্ৰাম্পৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এক পোষ্টযোগে ভাৰতৰ উচ্চ শুল্ক আৰু ৰাছিয়াৰ সৈতে ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্কক লৈ তীব্ৰ সমালোচনা কৰে। ৰাছিয়াৰ পৰা ভাৰতৰ তেল আৰু অস্ত্ৰ ক্ৰয় অব্যাহত থকাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি ড’নাল্ড!-->…
ইতিহাস গঢ়িলে দিব্যা দেশমুখে
নাগপুৰৰ জীয়ৰী দিব্যা দেশমুখে জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত ফিডে মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় আৰু ৮৮তম ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হৈছে।
জৰ্জিয়াৰ বাতুমি চহৰত!-->!-->!-->!-->!-->…