আজি ষঠ পূজা
আজি ষঠ পূজা । আজি সূৰ্য আৰাধনাৰ দিন । পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু অস্তগামী সূৰুযক উদ্দেশ্যি অৰ্ঘ্য প্ৰদান আদি ৰীতিৰে প্ৰতি বছৰৰ দৰে এই পূজা সমগ্ৰ দেশতেই উলহ-মালহেৰে উদযাপন কৰা হৈছে । কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী!-->…
আজিৰ পৰা ৰাজ্যত মাতৃ-পিতৃ বন্দনা
ব্যস্ততাপূর্ণ জীৱনশৈলীৰ মাজতো মাতৃ-পিতৃৰ প্ৰতি আত্মীয়তা অটুট ৰখাৰ এক আত্মিক পদক্ষেপ। এই অনুসৰি অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ/শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা প্ৰদানেৰে বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰি আহিছে। এই!-->…
বিশ্বৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ডৰ মৃত্যু
মিছ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কিকি হাকানছনৰ ৪ নৱেম্বৰত ৯৫ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ কেলিফৰ্ণিয়াৰ নিজৰ বাসগৃহত শোৱাপাটীতেই মৃত্যুবৰণ কৰে ।
১৯২৯ চনৰ ১৭ জুনত ছুইডেনত জন্মগ্ৰহণ কৰিছিল কেৰ্ষ্টিন "কিকি" মাৰ্গাৰেটা!-->!-->!-->…
কমলা হেৰিছৰ বাবে তামিলনাডুত পূজা-অৰ্চনা
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। এইবাৰৰ নির্বাচনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতীয় মূলৰ কমলা হেৰিছে বিৰোধী প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক তীব্ৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। উক্ত নিৰ্বাচনত কমলা!-->…
কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুতৰ অভিযোগ
সমাগত ৰাজ্যৰ উপ-নিৰ্বাচন । ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক-বিৰোধী সকলো । তাৰ মাজতেই কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাই উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, বিহালী বিধানসভা সমষ্টিত!-->…
সেউজীয়া শাক-পাচলিৰ উপকাৰিতা
আমি কিয় সেউজীয়া পাচলি খাব লাগে? কোনকেইবিধ পাচলি আমাৰ শৰীৰৰ বাবে অতি বেছি প্ৰয়োজন?
আজিৰ দ্রুত গতিৰ জীৱনশৈলীত সুস্থ থকাৰ বাবে সেউজীয়া পাচলিৰ গুৰুত্ব অপৰিসীম। এই বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে জনাইছে যে এই পাচলিসমূহ আমাৰ স্বাস্থ্যৰ বাবে!-->!-->!-->…
পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ
পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিলে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক তথ্য ।
২০২৪ৰ পেৰিছ অলিম্পিকৰ সময়ছোৱাত সৰ্বত্ৰ চৰ্চাত থকা এটি নাম হ'ল ইমানে খালিফ । ইমানে অলিম্পিকত খেলিবলৈ যোগ্যতা লাভ কৰাৰ!-->!-->!-->…
আজি কিং কোহলীৰ জন্মদিন
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি ।
ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট!-->!-->!-->…
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী । তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৩ টা বছৰ সম্পূৰ্ণ হ’ল। অসম আৰু অসমীয়াই ১৩ বছৰ পাৰ কৰিলে প্ৰিয় শিল্পীজনৰ অবিহনে । দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক। সুধাকণ্ঠ ভূপেন!-->…
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু ৪০ হাজাৰ বড়ো শিল্পী
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু বড়ো শিল্পীসকল । ৪০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা । বাথৌ মহাসভাই অসমৰ বাগৰুম্বা নৃত্যক লৈ যাব বিশ্ব দৰবাৰলৈ ।
বিহুৰ পিছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম ৷ এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম!-->!-->!-->…