ডিমৌৰ কৃষি বিভাগৰ বিৰুদ্ধে ধনৰ বিনিময়ত কৃষি সঁজুলি আৰু শস্য বিতৰণৰ গুৰুত্বৰ অভিযোগ
অবিভক্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত ডিমৌ কৃষি বিষয়াৰ কাৰ্যালয়ত আউল লাগিছে | দীৰ্ঘদিনে একেটা কাৰ্যালয়তে চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু ৪ৰ্থ বৰ্গৰ কৰ্মীয়ে থিতাপি লৈ দিন অতিবাহিত কৰি নানা ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ |!-->…
কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণৰ্মে জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিক ধ্বংস কৰাৰ লক্ষ্যৰে ভাৰতে গ্ৰহণ কৰা অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ এমাহ পিছত পোন প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী!-->…
গোৱালপাৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান, ৬৬৭টা পৰিয়ালৰ ঘৰ-দুৱাৰৰ ওপৰত চৰকাৰৰ বুলড’জাৰ
গোৱালপাৰা জিলাৰ হাচিলাবিল অঞ্চলত চৰকাৰৰ উচ্ছেদ অভিযানে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযানত প্ৰায় ১৫০০ বিঘা ভূমিত বসবাস কৰি অহা ৬৬৭টা পৰিয়ালৰ ঘৰ-দুৱাৰৰ ওপৰত চলিছে চৰকাৰৰ বুলড’জাৰ। জিলা প্ৰশাসনৰ তৰফৰ পৰা দুদিন!-->…
ছাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়ালৈ পাঁচ দিনীয়া ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
পহলগাম কাণ্ড আৰু অপাৰেচন চিণ্ডুৰ আৰম্ভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰথম বিদেশ ভ্ৰমণ ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাইপ্ৰাছৰ বাবে ৰাওনা হৈছে, যিটো তেওঁৰ তিনিখন দেশৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ!-->…
দক্ষিণ আফ্ৰিকা নতুন বিশ্ব টেষ্ট চেম্পিয়ন — অষ্ট্ৰেলিয়াক পৰাজিত কৰি ইতিহাস দক্ষিণ আফ্ৰিকাৰ
২০২৩-২৫ বৰ্ষৰ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেলত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নৰ খিতাপ জয় কৰিলে। লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ময়দানত অনুষ্ঠিত হোৱা এই ফাইনেলখনত দক্ষিণ আফ্ৰিকাই সকলো!-->…
আহমেদাবাদ বিমান দুৰ্ঘটনাস্থলীত ব্লেক বক্স উদ্ধাৰ, শীঘ্ৰেই উদ্ঘাটন হ’ব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ
বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্বকেই ম্ৰিয়মান কৰি তুলিছে । বিমানখনত থকা ২৪২ জন ব্যক্তিৰ ২৪১ জনৰেই প্ৰাণ কাঢ়ি নিলে এই হৃদয় বিধায়ক বিমান দুৰ্ঘটনাই । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত কেন্দ্ৰীয়!-->!-->!-->…
शुभांशु शुक्ला के मिशन स्पेस लॉन्चिंग की नई डेट
भारतीय अंतरिक्ष यात्री शुभांशु शुक्ला का अंतरिक्ष मिशन को लगातार टाले जाने के बाद अब आखिरकार इसरो ने लॉन्चिंग की तारीख का ऐलान कर दिया है. इसरो ने बताया है कि 19 जून, 2025 को एक्सिओम-4 मिशन को लॉन्च किया जाएगा. शुभांशु शुक्ला का इंतजार अब!-->…
সাম্প্ৰতিক ইৰান-ইজৰাইল সংঘাত: মধ্য-প্ৰাচ্য পুনৰ উত্তপ্ত পৰিস্থিতি
১৩ জুন, ২০২৫ তাৰিখে ইজৰাইলে ইৰানৰ ওপৰত এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰে, যাক “অপাৰেচন ৰাইজিং লায়ন” নামেৰে অভিহিত কৰা হৈছে। এই অভিযানৰ মূল লক্ষ্য আছিল ইৰানৰ পৰমাণু সংস্থাপন, মিছাইল প্ৰস্তুতকাৰী কেন্দ্ৰ আৰু শীৰ্ষ সেনা নেতৃত্ব। ইজৰাইলে!-->!-->!-->…
আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আহমেদাবাদত উপস্থিত হয়। বৃহস্পতিবাৰে সংঘটিত হোৱা দুঃখজনক বিমান দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন কৰিবলৈ আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী । Air India ৰ Boeing 787 বিমানখন মেঘানীনগৰৰ ওচৰত যান্ত্ৰিক বিজুতিৰ ফলত!-->…
ড° সোণাল মানসিংক প্ৰদান কৰা হ’ল “শ্ৰীমন্ত শংকৰদেৱ বঁটা”
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্ৰুপদী নৃত্যশিল্পী ড° সোণাল মানসিংলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ "শ্ৰীমন্ত শংকৰদেৱ বঁটা"। অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই বঁটা তেওঁক প্ৰদান কৰে। গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত গাম্ভীৰ্যপূৰ্ণ!-->…