CHUK (Centre for High-End Upskilling and Knowledge)

0


CHUK, CDAC ৰ সহযোগিতাত চলা এখন উচ্চ প্ৰযুক্তিমুখী চৰকাৰী সহায়-প্ৰাপ্ত প্ৰশিক্ষণ কেন্দ্ৰ। এই কেন্দ্ৰত ছয় মাহৰ বিভিন্ন প্ৰযুক্তি পাঠ্যক্ৰম MCA, B.E./B.Tech, M.Sc, B.Sc, BCA আদিৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে উপলব্ধ। পাঠ্যক্ৰম চলি থকা অৱস্থাত যোগ্য শিক্ষাৰ্থীসকলক মাহে ৯,০০০ টকা পৰ্যন্ত stipend (অর্থ সাহায্য) প্ৰদান কৰা হয়। পাঠ্যক্ৰমসমূহ বাস্তৱমুখী আৰু উদ্যমশীল, য’ত শিক্ষাৰ্থীসকলে অভিজ্ঞ শিক্ষকেৰে প্ৰশিক্ষণ লাভ কৰে আৰু কোর্সৰ অন্তত কৰ্মসংস্থাপন সহযোগিতাও প্ৰদান কৰা হয়।

উভয় কেন্দ্ৰৰ বাবে নামভৰ্তিৰ তাৰিখ অলপতে বন্ধ হ’ব। আগ্ৰহী শিক্ষাৰ্থীসকলক সোনকালেই পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অধিক তথ্যৰ বাবে কল কৰক বা মেচেজ কৰক।

Link https://c-huk.cdacb.in/cbp_register.php

Leave A Reply

Your email address will not be published.