Browsing Category

culture

শিল্পী নীলপৱন বৰুৱালৈ তেখেতৰ মৃত্যুতিথিত শ্ৰদ্ধাঞ্জলি

আজন্ম প্ৰেমিক শিল্পী নীলপৱন বৰুৱা । ৰং-তুলিকাৰ যাদুকৰী সম্ৰাট নীলপৱন বৰুৱা । আজি তেখেতৰ মৃত্যু তিথি । কেনভাচ উকা হ'লেও অমৰ হৈ ৰ'ল প্ৰেম কাহিনী। যি ভালপোৱা নীলপৱন বৰুৱাই জানিছিল,সেই ভালপোৱা 'তোমাক ভালপাওঁ' বুলি কোৱা বেছিভাগেই নাজানে।

সকলোকে বিস্ময়েৰে বিস্মিত কৰি অজান দেশলৈ গতি কৰিলে শশী ফুকনে

আপোনালোকৰ 'বিস্ময়' নামৰ আলোচনীখন মনত আছেনে বাৰু! আজিৰ চ'চিয়েল মিডিয়া, ইউটিউব, টিভি সকলো এটা সময়ত আমি বিস্ময় আলোচনীৰ মাজতে পাইছিলো।চাচপেঞ্ছ, ক্রীড়া, বলিউদ, হলিউদ সকলো ক্ষেত্রতে আমাক ল'ৰালি কালতে চিনাকি কৰি দিয়া বিস্ময় আলোচনীৰ

আজি কাতি বিহু।

আজি সমূহ ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ ভিতৰত অন্যতম হ’ল কাতি বিহু । আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় এই বিহু । কাতি বিহুক লৈ আজি ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া । কঙালে গ্ৰাস কৰা এই সময়ছোৱাতে

আজি ধনৰ অধিষ্ঠাত্ৰীৰ পূজা ।

আজি লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্য প্ৰাপ্তিৰ কামনাৰে আজি পালন কৰা হৈছে লক্ষ্মী পূজা। অনাগত দিনবোয় ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই

আজি অসমীয়া ব্যংগ-সাহিত্যৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন ।

মহৎ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা, বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ অধিকাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জন্ম বাৰ্ষিকী। ১৮৬৪, ১৪ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ আঁহতগুৰিত জন্মলাভ কৰে লক্ষ্মীনাথ

আজি মহাঅষ্টমী, মাংগলিক ধ্বনিৰে মুখৰিত চৌদিশ

ৰাতিপুৱাৰে পৰা প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ। মা দুৰ্গাৰ আশিষ বিচাৰি ভক্তই ভিৰ কৰিছে। দেৱী বন্দনাৰে মুখৰিত পূজা মণ্ডপসমূহ। দুৰ্গতিনাশিনী দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগে উখল-মাখল ৰাজ্যৰ প্ৰতিটো

দুৰ্গা পূজা উপলক্ষে গুৱাহাটী পৌৰনিগমৰ স্বচ্ছ প্ৰতিযোগিতা

সমাগত শাৰদীয় দুৰ্গা পূজা । দুৰ্গা পূজাকলৈ গুৱাহাটী পৌৰনিগমে আয়োজন কৰিছে স্বচ্ছ প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পূজা সমিতিয়ে কৰিব লাগিব আৱেদন। এই প্ৰতিযোগিতাত ১৭৫ খন‌ দূৰ্গা পূজা সমিতিক প্ৰদান কৰা হ’ব পুৰষ্কাৰ । প্ৰতিযোগিতাত

দুৰ্গা দেৱীৰ ৯টা ৰূপ আৰু ইয়াৰ মহত্ব

আজিৰ পৰা আৰম্ভ হ'ল শাৰদীয় নৱৰাত্ৰি। নৱৰাত্ৰিৰ সময়চোৱাত মা দুৰ্গাৰ নটা ৰূপক পূজা অৰ্চনা কৰা হয়। দুৰ্গা দেৱীৰ ৯টা ৰূপ কি কি আৰু এই ৰূপসমূহৰ মহত্বৰ বিষয়ে আপুনি জানেনে? দুৰ্গা মাৰ প্ৰথমটো ৰূপ হৈছে শৈলপুত্ৰী। নৱৰাত্ৰিৰ প্ৰথমদিনা মা

আজি ৰাণা দাৰ ওপজা দিন ।

অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, মহান সুৰকাৰ, কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি জন্মবাৰ্ষিকী। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰা জয়ন্ত হাজৰিকাই অসমীয়া আধুনিক গীতৰ এটি যুগমীয়া ধাৰা সৃষ্টি কৰিছিল। তেওঁ কণ্ঠ নিগৰোৱা চিৰসেউজ

অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পী ড°ভূপেন হাজৰিকা ।

আজি অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ গায়ক সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ ৯৮ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ মহান কৰ্মৰাজি সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ গুণমুগ্ধসকলে তেওঁৰ কৰ্মৰাজিৰ গীত আৰু কথাৰে স্মৰণ কৰে। অসমীয়া সংগীত জগতত হাজাৰ হাজাৰ