৯ মাহৰ অন্তত ধৰা লৈ উভতিব সুনীতা উইলিয়ামছ
যোৱা ৮ মাহ ধৰি মহাকাশত আবদ্ধ হৈ আছে। তেওঁলোক কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব এই প্ৰশ্নৰ কোনো সঠিক উত্তৰ নাছিল নাছাৰ হাতত । নাছাৰ অহৰহ প্ৰচেষ্টাৰ অন্তত সকলো ঠিকে থাকিলে মাৰ্চ মাহত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ।!-->…