চলিত বৰ্ষৰ সম্পতিৰ কৰৰ সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল
২৪-২৫ বৰ্ষত ১লাখ ১৬ৰ গৃহৰ ভিতৰত ১লাখ ১০হাজাৰ ঘৰৰ পৰা কৰ সংগ্ৰহ কৰে গুৱাহাটী পৌৰ নিগমে । ১৩০ কোটিৰ লক্ষ্যৰ ভিতৰ ৮০-৮৫কোটি টকা সংগ্ৰহ কৰ। ঘৰৰ লগতে দোকানসমূহৰ পৰা ২৭কোটি টকা সংগ্ৰহ হয়। এতিয়াও প্ৰায় ২৫ হাজাৰে ট্ৰেড প্ৰত্ৰ লোৱা নাাই পৌৰ নিগমৰ!-->…