CDAC ACTS গুৱাহাটী AI কোর্সত ভৰ্তি মুকলি

CDAC ACTS গুৱাহাটীয়ে PG Diploma in Artificial Intelligence (PG-DAI) কোর্সৰ আগষ্ট ২০২৫ ব্যাচৰ বাবে ভৰ্তি মুকলি কৰিছে।
এই কোর্সটো ২৪ সপ্তাহৰ ফুল-টাইম আৰু IIT গুৱাহাটী ৰিছাৰ্চ পাৰ্ক, আমিনগাঁও-ত অনুষ্ঠিত হ’ব।
শেষ তাৰিখ: ২৫ জুন ২০২৫ | পৰীক্ষা: ৫ আৰু ৬ জুলাই
ভৰ্তিৰ বাবে আবেদন কৰক: https://cdac.in/index.aspx?id=newRegister1

Comments (0)
Add Comment