জলফাই হৈছে এণ্টিঅক্সিডেণ্টসমৃদ্ধ ফল। ইয়াত যথেষ্ট ভিটামিন ই থাকে। এই উপাদানবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বহুগুণে বৃদ্ধি কৰে।কৰ্কট ৰোগৰ পৰা হাড়ৰ ক্ষয়িষ্ণুতা প্ৰতিহত কৰালৈ।জলফাই হৈছে বহুতো জটিল ৰোগৰ বাবে উৎকৃষ্ট মহৌষধ।চিকিৎসকৰ মতে, ‘বৰ্তমান কৰ্কট ৰোগৰ প্ৰচলন বৃদ্ধি পাইছে। জলফাইৰ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ উপাদানবোৰে কৰ্কট ৰোগৰ বিৰুদ্ধে কাম কৰে। ইয়াৰ উপৰি জলফাইৰ বিভিন্ন উপাদানে হাড় সবল কৰে।কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত জলফাই তেল শৰীৰৰ বাবে অতি উপকাৰী। যদি হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলে ৰন্ধনত জলফাই তেল ব্যৱহাৰ কৰিব পাৰে, হৃদৰোগৰ আশংকা যথেষ্ট হ্ৰাস হয়।।চুলিত জলফাই তেল প্ৰয়োগ কৰাটো চুলিৰ স্বাস্থ্যৰ বাবে ভাল। ই চুলিৰ গুৰি শক্তিশালী কৰে। আনকি চুলি সৰাৰ সমস্যাও নাইকিয়া হয়। জলফাই সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত হোৱা ছালৰ ক্ষতিৰো প্ৰতিৰোধ কৰে।।জলফাইত যথেষ্ট আইৰন থাকে। যি আমাৰ শৰীৰত অক্সিজেন প্ৰবাহত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জলফাইত ভিটামিন ই থাকে, যি ছালৰ স্বাস্থ্য আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে।
চুলিত জলফাই তেল প্ৰয়োগ কৰাটো চুলিৰ স্বাস্থ্যৰ বাবে ভাল। ই চুলিৰ গুৰি শক্তিশালী কৰে। আনকি চুলি সৰাৰ সমস্যাও নাইকিয়া হয়। জলফাই সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত হোৱা ছালৰ ক্ষতিৰো প্ৰতিৰোধ কৰে।